১ ৰ পৰা ১০০ লৈ অযুগ্ম সংখ্যা

Facebook
WhatsApp
Telegram
১ ৰ পৰা ১০০ লৈ অযুগ্ম সংখ্যা

অযুগ্ম সংখ্যাৰ সংজ্ঞা:
যিবিলাক সংখ্যা ২ৰে বিভাজ্য নহয়, সেইবিলাকক অযুগ্ম সংখ্যা বোলে।

অযুগ্ম সংখ্যাৰ বৈশিষ্ট্য:

  • অযুগ্ম সংখ্যাবোৰক ২ৰে হৰণ কৰিলে ১ ভাগশেষ থাকে।
  • দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম সংখ্যা হয়।
  • দুটা অযুগ্ম সংখ্যাৰ পূৰণফল সদায় অযুগ্ম সংখ্যা হয়।
  • শূন্য (০) এটা যুগ্ম সংখ্যা, অযুগ্ম নহয়।

১ ৰ পৰা ১০০ লৈ অযুগ্ম সংখ্যা

১, ৩, ৫, ৭, ৯, ১১, ১৩, ১৫, ১৭, ১৯, ২১, ২৩, ২৫, ২৭, ২৯, ৩১, ৩৩, ৩৫, ৩৭, ৩৯, ৪১, ৪৩, ৪৫, ৪৭, ৪৯, ৫১, ৫৩, ৫৫, ৫৭, ৫৯, ৬১, ৬৩, ৬৫, ৬৭, ৬৯, ৭১, ৭৩, ৭৫, ৭৭, ৭৯, ৮১, ৮৩, ৮৫, ৮৭, ৮৯, ৯১, ৯৩, ৯৫, ৯৭, আৰু ৯৯।

Also Read : ১ ৰ পৰা ১০০ লৈ আখৰেৰে লিখা


১ ৰ পৰা ১০০ লৈকে অযুগ্ম সংখ্যা ৰ তালিকা
( List of odd numbers from 1 to 100 )

২১ ৪১৬১৮১
২৩৪৩৬৩৮৩
২৫৪৫৬৫৮৫
২৭৪৭৬৭৮৭
২৯৪৯৬৯৮৯
১১৩১৫১৭১৯১
১৩৩৩৫৩৭৩৯৩
১৫৩৫৫৫৭৫৯৫
১৭৩৭৫৭৭৭৯৭
১৯৩৯৫৯৭৯৯৯


Leave a Comment